spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকপেট্ৰ'ল-ডিজেলৰ নতুন মূল্য : গুৱাহাটীত কিমান কমিল

পেট্ৰ’ল-ডিজেলৰ নতুন মূল্য : গুৱাহাটীত কিমান কমিল

গুৱাহাটী : অৱশেষত শতকৰ তললৈ নামিল পেট্র’ল ডিজেলৰ দাম৷ বৃহস্পতিবাৰৰ পৰা দুয়োবিধ ইন্ধনৰ দাম হ্ৰাস পোৱাৰ উপৰি মাজনিশাৰ পৰা কাৰ্যকৰী হ’ল কেন্দ্ৰ আৰু ৰাজ্যই পেট্র’ল ডিজেলৰ ওপৰত হ্ৰাস কৰা কৰো৷ সৰ্বমুঠ পেট্রল’ত কমিল ১২ টকা আৰু ডিজেলত ১৭ টকা৷

ইয়াৰ লগে লগে গুৱাহাটীত আজি পেট্র’লৰ দাম ৯৪:৫৮ টকা আৰু ৮১:২৯ টকা হয়৷

কেন্দ্ৰীয় চৰকাৰে দেৱালীৰ দিনটোতে ৫টকা হ্ৰাস কৰিছিল পেট্র’লৰ দাম আৰু ডিজেলৰ দাম হ্ৰাস কৰা হ’ল ১০টকা। কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাসৰ পাছতে ৭ টকাকৈ ৰাজ্য চৰকাৰে ভেট হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular