spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকমহানগৰীত বন্ধ পেট্ৰ’ল পাম্প ! কাৰণ কি ?

মহানগৰীত বন্ধ পেট্ৰ’ল পাম্প ! কাৰণ কি ?

গুৱাহাটী : নিতৌ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে মাধমাৰ সোধোৱাৰ সময়তে ৰাজ্যবাসীয়ে ভুগিব আন এক সমস্যাত৷ ২২ অক্টোবৰ পৰা ৪৮ ঘণ্টাৰ বাবে মহানগৰীত পেট্ৰ’ল পাম্প বন্ধ থাকিব বুলি জানিবলৈ দিয়ে পেট্ৰ’ল পাম্প ডিলাৰ্ছ এছ’চিয়েশ্যন-এ৷

আৰু পঢ়িব পাৰিব : খেলপথাৰত ব্যৰ্থ..পিছে ডুবাইৰ হোটেলত পত্নী-কন্যাৰে কোহলীৰ সুখৰ সময়

পেট্ৰ’ল পাম্প ডিলাৰ্ছ এছ’চিয়েশ্যনে জনোৱা বন্ধ অনুসৰি গুৱাহাটীত ২২ অক্টোৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰৰ পুৱা ৬ বজালৈ বন্ধ থাকিব পেট্ৰ’ল পাম্প সমূহ৷ এছ’চিয়েশ্যনে প্ৰকাশ কৰা বিবৃতি অনুসৰি পেট্ৰ’ল কেম্পানীসমূহৰ মইমতালিৰ বাবে এনে বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে৷

আৰু পঢ়িব পাৰিব : ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ সাঁতোৰবিদৰ সফলতা

জানিব পৰা মতে পেট্ৰ’ল পাম্প ডিলাৰ্ছ এছ’চিয়েশ্যনে পেট্ৰ’ল কেম্পানীসমূহক বিভিন্ন শিতানৰ ১০টা দাবী উত্থাপন কৰিছিল৷ বৰ্তমানলৈকে পেট্ৰ’ল কেম্পানীসমূহে কোনোধৰণৰ সঁহাৰি নিদিয়াৰ বাবে এই বন্ধ ঘোষণা কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular