Google search engine
25.5 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিকস্বামীৰ পাশৱিক অত্যাচাৰৰ বলি মহিলা: অতিষ্ঠ হৈ আৰক্ষী চকীত দিলে এজাহাৰ

স্বামীৰ পাশৱিক অত্যাচাৰৰ বলি মহিলা: অতিষ্ঠ হৈ আৰক্ষী চকীত দিলে এজাহাৰ

গুৱাহাটী : ৰাজ্যত সঘনাই বাতৰিৰ শিৰোনামা দখল কৰিছে মহিলা নিৰ্যাতনৰ ঘটনাই৷ এইবাৰ এক অমানবিয় কাণ্ড সংঘটিত হ’ল গুৱাহাটী মহানগৰীত৷ গৃহস্থ্য হিংসাৰ বলি হ’ল মহিলা৷ স্বামীয়ে ঝাড়ু,বেলতেৰে কোবাই জোতাৰে গছকি পাশৱিক অত্যাচাৰ কৰে মহিলাগৰাকীক৷

নিশাই ভগদত্তপুৰ আৰক্ষী চকীত উপস্থিত হয় দুৰ্ভগীয়া মহিলাগৰাকী৷ ভগদত্তপুৰ আৰক্ষী চকীয়ে আটক কৰে অত্যাচাৰী দুলাল তালুকদাৰক৷ দুলাল তালুকদাৰ মহানগৰীৰ SAI RNS একাডেমিৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে৷ পত্নী কাকলি দাসৰ অভিযোগ দীৰ্ঘদিনৰ পৰা দুলাল তালুকদাৰৰ আছে অবৈধ সম্পৰ্ক৷ পাঠশালাত থকা তেওঁৰ শ্ৰীৰাম একাডেমিৰ মহিলা কৰ্মচাৰীৰ সৈতে আছে অবৈধ প্ৰেমৰ সম্পৰ্ক৷ যাৰ ফলত সঘনাই পত্নীক মাৰধৰ কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.5 ° C
25.5 °
25.5 °
96 %
0.7kmh
100 %
Mon
31 °
Tue
31 °
Wed
30 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular