Google search engine
28 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeব্ৰেকিং নিউজমই মোৰ দেউতাক বহুত ভাল পাওঁ!প্লিজ মাওবাদী আংক’ল মোৰ দেউতাক ঘৰলৈ সুকলমে...

মই মোৰ দেউতাক বহুত ভাল পাওঁ!প্লিজ মাওবাদী আংক’ল মোৰ দেউতাক ঘৰলৈ সুকলমে পঠাই দিয়ক

ছত্তীশগড় : “মই মোৰ দেউতাক বহুত ভাল পাওঁ! প্লিজ মাওবাদী আংক’ল মোৰ দেউতাক ঘৰলৈ সুকলমে পঠাই দিয়ক”- দেউতাকক বিচাৰি এজনী কণমানিয়ে কান্দি কান্দি কৰযোৰে হাতজোৰ কৰিছে৷ উল্লেখ্য যে, ৩ এপ্ৰিলত ছত্তীশগড়ত মাওবাদীৰে সংঘৰ্ষ হৈছিল নিৰাপত্তাৰক্ষীৰ৷

আৰু পঢ়িব পাৰিব :ব্যক্তিগত বাহনত অকলে থাকিলেও মাস্ক পিন্ধাটো বাধ্যতামূলক!

এই দুইপক্ষৰ সংঘৰ্ষত নিহত হৈছিল ২২গৰাকীকৈ নিৰাপত্তাৰক্ষী আৰু তাৰ মাজতেই ছত্তীশগড়ৰ মাওবাদী সংঘৰ্ষত অপহৃত হৈছিল এজন জোৱান৷ নিৰাপত্তাৰক্ষীৰ জোৱান ৰাকেশ্বৰ সিং হৈছিল অপহৃত৷ মাওবাদীয়ে প্ৰকাশ কৰিছে জোৱানজনৰ ফটো৷ জোৱানজন বৰ্তমান সুৰক্ষিত বুলিও জনাইছে মাওবাদীয়ে৷ জোৱানজনক উদ্ধাৰৰ বাবে মধ্যস্থতাকাৰী হৈছে ছোনী চাহি৷

আৰু পঢ়িব পাৰিব :শিখা শৰ্মাক দলবদ্ধ ধর্ষণ কৰাৰ ভাবুকি দিয়া বিজেপিৰ কৰ্মীক কিয় গ্ৰেপ্তাৰ কৰা নহ’লঃ ৰিপুন বৰা

মাওবাদীলৈ কাতৰ আহ্বান ৰাকেশ্বৰ সিঙৰ কন্যাৰ ‘মই মোৰ দেউতাক বহুত ভাল পাওঁ৷ প্লিজ মাওবাদী আংক’ল মোৰ দেউতাক ঘৰলৈ সুকলমে পঠাই দিয়ক৷ পাপাৰ পৰীজনীয়ে পাপাক মনত পেলাই কান্দিছে৷ ’

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Wed
34 °
Thu
33 °
Fri
31 °
Sat
31 °
Sun
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular