Google search engine
25.9 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeব্ৰেকিং নিউজৰাজ্যসভাত ভাষণৰ মাজতে আজি হঠাৎ উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰাজ্যসভাত ভাষণৰ মাজতে আজি হঠাৎ উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নতুন দিল্লী: ৰাজ্যসভাত ভাষণৰ মাজতে আজি হঠাৎ উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ বিৰোধী পক্ষৰ বৰ্ষীয়ান নেতা গুলাম নবী আজাদৰ বিদায়ী ভাষণ দিবলৈ গৈ থোকাথুকি হ’ল প্ৰধানমন্ত্ৰীগৰাকীৰ মাত৷

আৰু পঢ়িব পাৰিব : কৃষকৰ আন্দোলনত হিংসা বিয়পোৱা অভিনেতাক গ্ৰেপ্তাৰ

উচ্চ সদনত উপস্থিত থকা কংগ্ৰেছ নেতা আজাদক প্ৰসংশাৰে ওপচাই নৰেন্দ্ৰ মোদী আৰু আজাদ ক্ৰমে গুজৰাট আৰু জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হৈ থকা কালত সংঘটিত এক ঘটনাৰ স্মৃতি ৰোমন্থন কৰে৷

আৰু পঢ়িব পাৰিব : ক’ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল অত্যাধুনিক অস্ত্ৰ ?

১৫ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিবলগীয়া আজাদক সম্বোধন কৰি মোদীয়ে কয়, ‘আপোনাক মই কেতিয়াও অৱসৰ ল’বলৈ নিদিওঁ৷ আপোনাৰ পৰামৰ্শ মই গ্ৰহণ কৰি থাকিম আৰু আপোনাৰ বাবে মোৰ দুৱাৰ সদায় খোলা থাকিব৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.9 ° C
25.9 °
25.9 °
93 %
2.9kmh
100 %
Thu
26 °
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular