spot_img
28 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকমৰ্মান্তিক : ট্ৰাকৰ ভিতৰতে অগ্নিদগ্ধ হ’ল ৫ জনকৈ চালক

মৰ্মান্তিক : ট্ৰাকৰ ভিতৰতে অগ্নিদগ্ধ হ’ল ৫ জনকৈ চালক

ডিমা হাছাও: পুনৰ ডিমা হাছাও উত্তপ্ত হ’ল উগ্ৰপন্থীৰ গুলিচালনাত । ডিমাহাছাওৰ উমৰাংচুত DNLA উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়৷ নিশা প্ৰায় ৮.৩০ বজাত ডিমাহাচাওৰ দৈয়াংমুখ আৰক্ষী থানাৰ পৰা ৫ কিল’মিটাৰ নিলগৰ ৰেঞ্জাৰবিলত সংঘটিত কৰে এই ভয়াবহ আক্ৰমণ ।

উগ্ৰপন্থীয়ে ট্ৰাকৰ ওপৰত চলোৱা গুলিচালনা আৰু অগ্নিসংযোগত ৫ জনকৈ ট্ৰাকৰ চালকৰ মৃত্যু হোৱাৰ লগতে ৫ খনকৈ ট্ৰাকো জ্বলাই দিয়ে । উগ্ৰপন্থীৰ আক্ৰমনৰ সন্মুখীন হবলগীয়া হ’ল এখন কয়লা সৰবৰাহ ভৰ্তি ট্ৰাকৰ লগতে লংকাৰ ডালমিয়া কোম্পানীৰ কয়লা-ক্লিংকাৰ কঢ়িওৱা ট্ৰাক ।

জানিব পৰা মতে, ট্ৰাকসমূহ ডিমাহাছাওৰ ওমৰাংচুৰ পৰা আহিছিল । আক্ৰমনৰ সময়ত নৃশংসতাৰ পৰিচয় দি গুলি চালনা কৰাৰ লগতে ট্ৰাকৰ ভিতৰত চালকসকলক আৱদ্ধ কৰি জ্বলাই দিয়ে ট্ৰাকসমূহ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
30.4 °
28 °
78 %
0kmh
40 %
Fri
33 °
Sat
33 °
Sun
34 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular