Google search engine
34 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআঞ্চলিকওদালগুৰিত নিৰ্বাচনী হিংসা : বিপিএফৰ পোলিং এজেণ্টক আক্ৰমণ !

ওদালগুৰিত নিৰ্বাচনী হিংসা : বিপিএফৰ পোলিং এজেণ্টক আক্ৰমণ !

ওদালগুৰি : ওদালগুৰিত বৃহস্পতিবাৰে সংঘটিত হয় নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনা৷ বিপিএফৰ পোলিং এজেণ্টক আক্ৰমণ কৰে ইউপিপিএলৰ সমৰ্থকে৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই বিপিএফৰ পোলিং এজেন্ট অমল দাসক আক্ৰমণ কৰে ললিত স্বৰ্গীয়াৰীয়ে।

আৰু পঢ়িব পাৰিব : ডিব্ৰুগড়ৰ ইভিএম ৰখা কোঠাত আৰ্বিভাৱ অদৃশ্য মানৱৰ !

জানিব পৰা মতে ললিত ইউপিপিএলৰ সমৰ্থক আৰু এনডিএফবিৰ সদস্য। ললিতে ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ গাড়ী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছত এই সংঘাতৰ সৃষ্টি হয়।

আৰু পঢ়িব পাৰিব : হ্ৰাস হ’ল এলপিজি চিলিণ্ডাৰৰ মূল্য ! আজিৰে নতুন নিৰিখ

এই ঘটনাৰ পাছতে ললিতৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰে বিপিএফৰ ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী ৰিহণ দৈমাৰীয়ে। তদুপৰি কানু গয়াৰীৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰে ৰিহণ দৈমাৰীয়ে।

RELATED ARTICLES

Today's Weather

Guwahati
haze
34 ° C
36.4 °
34 °
70 %
2.6kmh
75 %
Wed
34 °
Thu
31 °
Fri
30 °
Sat
30 °
Sun
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular