Google search engine
29 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeআঞ্চলিকমহানগৰীৰ কুমাৰপাৰাৰ সমাজকৰ্মী পৱিত্ৰ ভৰালীৰ দেহাৱসান

মহানগৰীৰ কুমাৰপাৰাৰ সমাজকৰ্মী পৱিত্ৰ ভৰালীৰ দেহাৱসান

গুৱাহাটী : মহানগৰীৰ কুমাৰপাৰাৰ সমাজকৰ্মী পৱিত্ৰ ভৰালীৰ দেহাৱসান ঘটে৷ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত পুৱতি নিশা ৫৬ বছৰ বয়সত মৃত্যু ঘটে ভৰালীৰ৷ জাতীয় দিৱস উদযাপন সমিতিৰ কোষাধ্যক্ষ আছিল ভৰালী৷

আৰু পঢ়িব পাৰিব :  শাসনৰ গাদীলৈ পুনৰ বিজেপি; তচনচ হ’ল বিৰোধীৰ মহাজোঁট

জয় হিন্দ ক্লাব, কুমাৰপাৰাৰ সম্পাদক আছিল ভৰালী৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত ভৰালীৰ বিয়োগত শোক৷ ক’ভিড নীতি মানি আজি কৰা হ’ব শেষকৃত্য৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
84 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
29 °
Wed
34 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular