spot_img
15 C
Guwahati
15 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 2, 2021
Homeজীৱন শৈলীৰাশিফলত চাওক আজিৰ দিনটো...

ৰাশিফলত চাওক আজিৰ দিনটো…

৭ আঘোন,বুধবাৰ, ইং ২৪ নৱেম্বৰ

১. মেষ ৰাশি – মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হ’ব৷ সজাগ নহলে সামান্য কৰ্মস্থান পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়। 
২. বৃষ ৰাশি- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সুযোগ লাভ কৰিব৷ স্বাস্থ্যৰ উন্নতি৷ সন্মান লাভ হোৱাৰ যোগ।
৩. মিথুন ৰাশি – মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব৷ প্ৰেমত শুভ হ’ব৷ সজাগ নহলে মনত সামান্য আহংকৰী মনোভাৱ বৃদ্ধিৰ যোগ দেখা যায়। 
৪. কৰ্কট ৰাশি- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব৷  প্ৰেমত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ আজি আপুনি শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব৷ আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল।
৭. তুলা ৰাশি – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ  আজিৰ দিনটোত ক্ষেত্ৰত সন্মান বাঢ়িব৷ সাহিত্য সেৱাত মনোনিবেশ হ’ব৷ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ’ব৷ লগতে কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ সন্মান বৃদ্ধি৷ কৰ্মক্ষেত্ৰত সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি – মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব৷ সজাগ নহলে মনত ভয় ভাৱ বাঢ়িব পাৰে লগতে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত মনত আনন্দ বাঢ়িব৷ কৰ্মত যশস্যা বাঢ়িব। 
১২. মীন ৰাশি- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব৷ প্ৰেমত শুভ হ’ব যদিও আজি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular