spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআঞ্চলিকঅসমত হ'ব স্থাপন দিব্যাংগ বিশ্ববিদ্যালয় : ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীৰ

অসমত হ’ব স্থাপন দিব্যাংগ বিশ্ববিদ্যালয় : ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীৰ

গুৱাহাটী : কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক আজি উপস্থিত হয় বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত৷ মন্ত্ৰীগৰাকীক অসম প্ৰদেশৰ তৰফৰ পৰা তেখেতক সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ অনুষ্ঠানত উপস্থিত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মা, সাংসদ কুইন ওজা৷

উত্তৰ-পূবৰ বাবে মহিলা, দিব্যাংগ, জ্যেষ্ঠ নাগৰিকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণৰ চিন্তা চৰ্চা কৰাৰ কথা সদৰি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ভৌমিকে৷ অসমত দিব্যাংগ বিশ্ববিদ্যালয় স্থাপন হোৱাৰ লগতে প্ৰতিখন জিলাত দিব্যাংগ ৰিহেব কেন্দ্ৰ হ’ব৷ এতিয়াৰে পৰা দিব্যাংগ সকলৰ UDID কাৰ্ড সমগ্ৰ দেশতেই কাৰ্যকৰী হ’ব৷

ইয়াৰ পূৰ্বে এই কাৰ্ড কেৱল নিজ নিজ ৰাজ্যতহে প্ৰযোজ্য হৈছিল৷ দেশৰ তৃতীয় লিংগৰ লোকসকলৰ অধিকাৰৰ বাবেও কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা লোৱা বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ৷ মোদী মন্ত্ৰীসভাত মহিলাৰ গুৰুত্ব বৃদ্ধি পোৱাৰ কথাও সদৰি কৰিলে মন্ত্ৰীগৰাকীয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular