spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআঞ্চলিক‘দিছপুৰ প্ৰেছ ক্লাব’ত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল সম্বোধন

‘দিছপুৰ প্ৰেছ ক্লাব’ত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল সম্বোধন

গুৱাহাটীঃ ‘দিছপুৰ প্ৰেছ ক্লাব’ত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল সম্বোধন৷ কেইবাটাও বিষয়ত বিটিআৰ প্ৰধানৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰা হৈছে৷ ২৫ আগষ্টত প্ৰমোদ বড়োৰে আলোচনাত মিলিত হৈছিল তেওঁলোক।

বিটিআৰত থকা অবড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ ওপৰত আলোচনা হয় বৈঠকত৷ সুৰক্ষা সমিতিয়ে দাবীসমূহ উত্থাপিত কৰিছিল প্ৰমোদ বড়োৰ ওচৰত৷ মূল দাবীসমূহ আছিল ক্ৰমে ভাষা সুৰক্ষা, ভূমিপট্টা, ভূমি নামজাৰি, নিবনুৱা সমস্যা সমাধান।

লগতে অবড়ো গাঁও বিটিআৰৰ পৰা কৰ্তন কৰাৰ মূল দাবী আছিল তেওঁলোকৰ৷ প্ৰায়সংখ্যক দাবীয়ে প্ৰমোদ বড়োৱে মানি লোৱা বুলি উল্লেখ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে৷ সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰকো একেটা দাবী জনায় অবড়ো সুৰক্ষা সমিতিয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular