Google search engine
29 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকদ্বিতীয়টো দিনত ক'ত ক'ত প্ৰচাৰ চলাব ছোনিয়াৰ তনয়াই ?

দ্বিতীয়টো দিনত ক’ত ক’ত প্ৰচাৰ চলাব ছোনিয়াৰ তনয়াই ?

গুৱাহাটী : দুদিনীয়া ভ্ৰমণসূচীৰে অসমত বাহৰ পতা কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ আজি দ্বিতীয়টো দিন৷ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ নেতৃত্ব পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টাৰে উঠি পৰি লাগিছে ৰাজনৈতিক দলটোৰ নেতা-কৰ্মীসকল৷

আৰু পঢ়িব পাৰিব : শান্তিৰ দিশে এখোজ : ভাৰত-পাক সীমান্তত ফুটা নাই এটাও গুলী!

নিৰ্বাচনী প্ৰচাৰৰ লক্ষ্যৰে সোমবাৰে গুৱাহাটীত উপস্থিত হোৱা প্ৰিয়ংকা গান্ধীয়ে আজি বিশ্বনাথ আৰু তেজপুৰত উপস্থিত হ’ব৷ বিশ্বনাথত চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে বাৰ্তালাপ কৰাৰ পাছতে তেজপুৰলৈ যাব প্ৰিয়ংকা৷  তেজপুৰৰ কংগ্ৰেছৰ বিশাল সমাৱেশত অংশ ল’ব প্ৰিয়ংকাই৷

আৰু পঢ়িব পাৰিব : আসন বুজাবুজি : অখিল গগৈৰে লুৰিণৰ বৈঠক, শীঘ্ৰেই ঘোষণা

আনহাতে, জিলাখনৰ মহাভৈৰৱ মন্দিৰত আশিস ল’ব প্ৰিয়ংকা গান্ধীয়ে৷  হজৰা ষ্টেডিয়াম খেলপথাৰত হ’ব কংগ্ৰেছৰ জনসভাখন৷ জানিব পৰা মতে বিশ্বনাথৰ পাৱাৰ গ্ৰীডৰ অতিথিশালাত নিশা কটালে প্ৰিয়ংকাই৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
79 %
0kmh
75 %
Tue
29 °
Wed
33 °
Thu
29 °
Fri
27 °
Sat
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular