Google search engine
28 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআঞ্চলিকম্যানমাৰ সীমান্তৰ লংহোৱাত মুকলি ৰাম কুমাৰক

ম্যানমাৰ সীমান্তৰ লংহোৱাত মুকলি ৰাম কুমাৰক

গুৱাহাটী : আলফা (স্বাঃ)এ অপহৰণ কৰা কুইপ’ৰ অভিযন্তা ৰাম কুমাৰক নাগালেণ্ডৰ মন জিলাত মুকলি কৰে৷ আজি ৰাম কুমাৰক ম্যানমাৰ সীমান্তৰ লংহোৱাত মুকলি কৰাৰ পাছতে ৰামকুমাৰক আছাম ৰাইফল্ছে নিজৰ জিম্মাত লয়৷

আৰু পঢ়িব পাৰিব : ছত্তিশগড়ত মাওবাদীৰ বিৰুদ্ধে যুঁজি প্ৰাণ ত্যাগ দুধনৈৰ জোৱান

বৰ্তমান আছাম ৰাইফল্ছৰ জিম্মাত আছে কুইপ’ৰ অভিযন্তাজন৷ ৩মাহ ১৬দিনৰ মূৰত মুকলি কৰি দিয়া হ’ল বিষয়াগৰাকীক। যোৱা ২১ ডিচেম্বৰতে আলফা(স্বাঃ)ই অপহৰণ কৰিছিল ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক৷

আৰু পঢ়িব পাৰিব : দেশত লকডাউন লাগিবই! এইমছৰ মুৰব্বীৰ উদ্বেগজনক মন্তব্য

যোৱা ৩ এপ্ৰিলত কুইপ’ৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈক আলফা (স্বাঃ)এ মুকলি কৰিছিল অৰুণাচলৰ অৰণ্যত৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Wed
34 °
Thu
33 °
Fri
31 °
Sat
31 °
Sun
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular