Google search engine
35 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeব্ৰেকিং নিউজৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৰাম মন্দিৰলৈ আগবঢ়ালে ৫ লাখ টকা !

ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৰাম মন্দিৰলৈ আগবঢ়ালে ৫ লাখ টকা !

নতুন দিল্লী : দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে শুকুৰবাৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবৰ বাবে ৫ লাখ ১০০টকা বৰঙণি আগবঢ়ায়৷ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ ব্যক্তিগত একাউণ্টৰ পৰা মন্দিৰ নিৰ্মাণৰ অৰ্থে এই সাহায্য আগবঢ়ায় বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : কাইলৈ ১.৯ লাখ লোকক দিয়া হ’ব ক’ভিড ভেকচিন: কেতবোৰ নিয়মসমূহ এনেধৰণৰ-

উল্লেখ্য যে মন্দিৰ নিৰ্মাণত ব্যয় হ’বলগীয়া ধন দেশৰ সাধাৰণ নাগৰিকৰ পৰা সংগ্ৰহ কৰা হ’ব বুলি মন্দিৰ নিৰ্মাণৰ ট্ৰাষ্ট্ৰে জানিবলৈ দিয়ে৷ ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰে ‘বিশ্ব হিন্দু পৰিষদ’ৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যবাহী সভাপতি অলক কুমাৰ, ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ট্ৰেজাৰাৰ গোবিন্দ দেৱগিৰি আৰু প্ৰাক্তন কূটনীতিবিদ নৃপেন্দ্ৰ মিশ্ৰই৷

আৰু পঢ়িব পাৰিব : ডিফুত চাঞ্চল্যকৰ হত্যাকাণ্ডঃ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকক হত্যা

ইপিনে গুৱাহাটীৰ উলুবাৰীতো ৰাম মন্দিৰ নিধি সমৰ্পন সমিতি, অসমৰ উদ্যোগত আৰম্ভ নিধি সংগ্ৰহ প্ৰক্ৰিয়া৷ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব বৰঙণি। ৰাইজে ইচ্ছা অনুসৰি দান কৰিব পাৰিব৷ শনিবাৰৰ পৰা ৩০ জানুৱাৰী পৰ্যন্ত চলিব এই কাৰ্যসূচী৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
35 ° C
36.4 °
35 °
59 %
0kmh
75 %
Thu
35 °
Fri
33 °
Sat
32 °
Sun
32 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular