Google search engine
30 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকৰংজুলিৰ ৰৌমাৰীত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে শিল্পী মনোজক...

ৰংজুলিৰ ৰৌমাৰীত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে শিল্পী মনোজক…

গোৱালপাৰা : ৰংজুলিৰ ৰৌমাৰীত দেওবাৰে নিশা সংঘটিত হয় এক হত্যাকাণ্ড৷ অলী কছাৰী নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে শিল্পী মনোজ মাছাৰীক।

আৰু পঢ়িব পাৰিব : মছজিদত অচিনাক্ত ১৫জনীয়া দল প্ৰৱেশ কৰি পঢ়িলে নামাজ !

ইপিনে এই হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰা হত্যাকাৰী অলী কছাৰীক আজি পুৱা দৰংগিৰিৰ কাচাদলৰ পৰা আটক কৰিলে ৰংজুলি আৰক্ষীয়ে।

আৰু পঢ়িব পাৰিব : মুম্বাইত সমবেত প্ৰতিবাদী কৃষকৰ দল, বৃহত্ প্ৰতিবাদী সমদলৰ পৰিকল্পনা

সম্প্ৰতি ৰংজুলি আৰক্ষী থানাৰ লকআপত হত্যাকাৰী অলী কছাৰী। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰংজুলিত। হত্যাকাৰী অলী কছাৰীৰ ফাঁচিৰ দাবী কৰিছে ৰাইজে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30.4 °
30 °
74 %
1.5kmh
75 %
Fri
31 °
Sat
28 °
Sun
30 °
Mon
32 °
Tue
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular