Google search engine
29 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকলজ্জানত! প্ৰথমে ধৰ্ষণ পাছত হত্যা: পলাবলৈ লওতেই গুলীবিদ্ধ হ'ল পঠা

লজ্জানত! প্ৰথমে ধৰ্ষণ পাছত হত্যা: পলাবলৈ লওতেই গুলীবিদ্ধ হ’ল পঠা

মৰিগাঁও : ধৰ্ষণ কাণ্ডৰ অভিযুক্তক পুনৰ গুলীয়ালে আৰক্ষীয়ে৷ পলাবলৈ লওতেই ভৰি গুলী চালনা কৰি আটক কৰে মৰিগাঁও আৰক্ষীয়ে৷ জিলাখনৰ ভূৰাগাঁৱৰ ছৈয়দ আলী ওৰফে পঠাক কৰায়ত্ত কৰিবলৈ বিগত কিছুদিনৰ পৰা অভিযান চলাই আছিল আৰক্ষীয়ে৷ অনুসন্ধানৰ সময়ত পলাবলৈ লওঁতে গুলী চলায়৷

ঘটনাস্থলীলৈ তদন্তৰ বাবে নিছিল আৰক্ষীয়ে৷ গুলীবিদ্ধ ছৈয়দ আলীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়৷ এগৰাকী ৯বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল ছৈয়দে৷ উল্লেখ্য যে, এই ভূৰাগাঁও থানাৰ অন্তৰ্গত বিলিডোংগাত সংঘটিত হয় এই জঘন্য কাণ্ড৷ ৯বছৰীয়াগৰাকীক পাখণ্ডটোৱে প্ৰথমে ধৰ্ষণ কৰে আৰু পাছত হত্যা কৰে। মৰিগাঁও আৰক্ষীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰা ৬৫ বছৰীয়া নৰপিশাচ ছৈয়দ আলীক গ্ৰেপ্তাৰ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
79 %
0kmh
75 %
Tue
29 °
Wed
33 °
Thu
29 °
Fri
27 °
Sat
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular