Google search engine
33 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeআঞ্চলিকমেট্ৰিকৰ মূল্যায়নক লৈ পুনৰ অচলাৱস্থা : বন্ধ হৈ আছে ছেবাৰ পৰ্টেল

মেট্ৰিকৰ মূল্যায়নক লৈ পুনৰ অচলাৱস্থা : বন্ধ হৈ আছে ছেবাৰ পৰ্টেল

গুৱাহাটী : ১৭ জুলাইৰ পৰা বন্ধ হৈ আছে ছেৱা পৰ্টেল৷ ৩১ জুলাইৰ মেট্ৰিকৰ ফলাফলক লৈ আহিছে অনিশ্চয়তা৷ সাময়িকভাৱে বন্ধ মেট্ৰিকৰ মূল্যায়ন ব্যৱস্থা ৷ শীঘ্ৰেই আকৌ বৈঠকত বহিব ছেৱা কৰ্তৃপক্ষ, গ্ৰহণ কৰিব পৰৱৰ্তী সিদ্ধান্ত৷ অচিৰেই ছেৱাৰ পৰীক্ষা সম্পৰ্কীয় নতুন নিৰ্দেশনা জাৰী হ’ব ৰাজ্যত৷ ধনৰ বিনিময়ত মেট্ৰিকৰ নম্বৰ বঢ়া ঘটনাৰ পাছতেই এই সিদ্ধান্ত ছেৱাৰ৷ মেট্ৰিকৰ মূল্যায়নক লৈ পুনৰ অচলাৱস্থা৷

বিকল্প মূল্যায়ন পদ্ধতিৰ চিন্তা-চৰ্চা ছেবাৰ৷ সাময়িকভাৱে স্থগিত মেট্ৰিকৰ মূল্যায়ন ব্যৱস্থা৷ ১৭ জুলাইৰ পৰা বন্ধ হৈ আছে ছেবাৰ পৰ্টেল৷ অচিৰেই মূল্যায়ন সন্দৰ্ভত হ’ব নতুন সিদ্ধান্ত৷ মূল্যায়ন ব্যৱস্থাত দেখা গৈছে ব্যাপক বিসংগতি৷ বহু বিদ্যালয়ত উঠিছে ডিষ্টিংচনৰ জোৱাৰ৷ বৰাকৰ একোখন বিদ্যালয়ত এশ শতাংশ নম্বৰক লৈ হতবাক ছেৱা৷ কাছাৰ জিলাৰ ৯২ খন বিদ্যালয় সন্দেহৰ আৱৰ্তত৷ ইতিমধ্যে কামৰূপৰ কেলেংকাৰিয়ে জোকাৰিছে ৰাজ্য৷ তদন্ত প্ৰক্ৰিয়াক গাপ দিব বিচৰা বুলিও সন্দেহ একাংশৰ৷ মূল্যায়ন কাণ্ডক লৈ পণবন্দী লাখ লাখ শিক্ষাৰ্থী৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
33 ° C
33 °
33 °
62 %
0kmh
75 %
Sat
31 °
Sun
33 °
Mon
33 °
Tue
32 °
Wed
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular