Google search engine
27 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeব্ৰেকিং নিউজপথ দুৰ্ঘটনাত থিতাতে নিহত ৮জনৰ : অনুসন্ধান অব্যাহত

পথ দুৰ্ঘটনাত থিতাতে নিহত ৮জনৰ : অনুসন্ধান অব্যাহত

আগ্ৰা : আজি পুৱা উত্তৰ-প্ৰদেশৰ আগ্ৰাৰ এতমাদুদ্দৌলা অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ ট্ৰাক আৰু এখন গাড়ীৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনাত ৮জন লোকৰ থিতাতে মৃত্যু হৈছে৷

আৰু পঢ়িব পাৰিব : মমতা বেনাৰ্জীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ, উত্তাল বংগৰ ৰাজনীতি

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত এছইউভি বাহনখন ঝাৰখণ্ডৰ আৰু ট্ৰাকখন নাগালেণ্ডৰ পঞ্জীয়নভুক্ত৷ এছইউভি বাহনখনত অহা লোককেইজন থিতাতে নিহত হোৱাৰ লগতে ট্ৰাকখনত অহা কোনো লোক দুৰ্ঘটনাত আহত হোৱা নাই৷

আৰু পঢ়িব পাৰিব : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু কংগ্ৰেছ, প্ৰাৰ্থী তালিকা প্ৰকাশ

বাতৰি লিখা পৰলৈকে নিহতকেইজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে৷ স্থানীয় আৰক্ষীয়ে এই দুৰ্ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
27 ° C
27 °
27 °
89 %
1.5kmh
90 %
Mon
27 °
Tue
28 °
Wed
34 °
Thu
34 °
Fri
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular