Google search engine
28 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকতীব্ৰবেগী বলেৰ’ৰ খুন্দাত আহত যুৱকঃ চিকিৎসালয়লৈ প্ৰেৰণ

তীব্ৰবেগী বলেৰ’ৰ খুন্দাত আহত যুৱকঃ চিকিৎসালয়লৈ প্ৰেৰণ

লখিমপুৰঃ বিহপুৰীয়াৰ বৰবালিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী বলেৰ’ৰ খুন্দাত গুৰুতৰভাৱে আহত পথৰ দাঁতিত ৰৈ থকা এজন যুৱক| আহত যুৱকজনৰ নাম ঋতুৰাজ হাজৰিকা বুলি জানিব পৰা গৈছে|

আৰু পঢ়িব পাৰিব মহানগৰীত ৰেপিড’ত ড্ৰাগছৰ বেহা! বিস্ফোৰক তথ্য ফাদিল

AS 07 N 9513 নম্বৰৰ তিব্ৰবেগী বলেৰ’খনৰ চালক হিচাপে আছিল ঘন গগৈ নামৰ লোকজন| ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল বলেৰ’খনে| উত্তেজিত ৰাইজে খেদি খেদি ধৰিবলৈ সক্ষম হয় চালকসহ বলেৰ’খন| সম্প্ৰতি গুৰুতৰভাৱে আহত হোৱা যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে|

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Tue
28 °
Wed
35 °
Thu
33 °
Fri
29 °
Sat
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular