Google search engine
25.4 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকবিজেপিত যোগদান কৰিয়ে দেৱব্ৰত শইকীয়াক কাঠৰ পুতলা আখ্যাৰূপজ্যোতি কুৰ্মীৰ

বিজেপিত যোগদান কৰিয়ে দেৱব্ৰত শইকীয়াক কাঠৰ পুতলা আখ্যাৰূপজ্যোতি কুৰ্মীৰ

মৰিয়নি : কংগ্ৰেছ এৰি বিজেপিলৈ গমণ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ৷ শুকুৰবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদানৰ সম্ভাৱনা বিধায়কগৰাকীৰ৷ এই সিদ্ধান্ত লৈয়ে কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে ৰূপজ্যোতিৰ বিস্ফোৰণ৷

দেৱব্ৰত শইকীয়াক কাঠৰ পুতলা আখ্যাৰূপজ্যোতি কুৰ্মীৰ৷ অসমত আজি কংগ্ৰেছৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা৷ কংগ্ৰেছৰ নেতাৰ কাৰ্যকলাপত অতিস্থ এতিয়া অসমৰ ৰাইজ৷ অসম প্ৰদেশ কংগ্ৰেছৰ এই অৱস্থা হোৱাৰ মূলত প্ৰথম দোষী ৰিপুন বৰা আৰু দ্বিতীয়তে দোষী ৰকিবুল হুছেইন বুলি মন্তব্য ৰূপজ্যোতিৰ৷ ইপিনে দেৱব্ৰত শইকীয়াক কাঠৰ পুতলা আখ্যা কুৰ্মীৰ৷ উজনিত কংগ্ৰেছ শূন্য হ’ব বুলিও তেওঁ মন্তব্যৰ আখ্যা৷ আন বহুজনে কংগ্ৰেছ ত্যাগ কৰিব বুলি দাবী কুৰ্মীৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.4 ° C
25.4 °
25.4 °
94 %
2.7kmh
100 %
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular