Google search engine
27 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকগুৱাহাটীত বিদেশ মন্ত্ৰী-জাপানৰ ৰাষ্ট্ৰদূত : কামাখ্য দৰ্শন কৰোৱালে মন্ত্ৰী হিমন্তই...

গুৱাহাটীত বিদেশ মন্ত্ৰী-জাপানৰ ৰাষ্ট্ৰদূত : কামাখ্য দৰ্শন কৰোৱালে মন্ত্ৰী হিমন্তই…

গুৱাহাটী : বিদেশ মন্ত্ৰীৰূপে প্ৰথমবাৰলৈ আজি পুৱা কামাখ্যাত উপস্থিত হৈছে এছ জয়শংকৰ৷ লগত আছে জাপানৰ ৰাষ্ট্রদূত ছাট’শ্বি ছুজুকি৷ বিশেষ কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিছে এছ জয়শংকৰ৷ অসমত বৃহৎ বিনিয়োগৰ বাবে জাপান আগ্ৰহী হোৱা বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : প্ৰেমৰ দিনটোতে এচিড আক্ৰমণৰ বলি ডিব্ৰুগড়ৰ যুৱতী…

বিদেশ মন্ত্ৰীগৰাকীক অসম ভ্ৰমণৰ কাৰ্যসূচীত লগ দিয়াৰ উদ্দেশ্য পুৱাই উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য৷ ‘মা কামাখ্যা’ দৰ্শন কৰাই পোনে পোনে খাৰঘুলিত উপস্থিত হয় ২ নেতা৷ তেওঁলোকে জাইকাৰ বৃহৎ প্ৰকল্প পৰিদৰ্শন কৰিছে৷

আৰু পঢ়িব পাৰিব : ‘টুলকিট’ গোচৰত বেংগালুৰুৰ ২১ বছৰীয়া জলবায়ু কৰ্মীক গ্ৰেপ্তাৰ

আনহাতে, দুয়োগৰাকী নেতাই মহানগৰীৰ তাজ হোটেলত নৈশ যাপন কৰাৰ লগতে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ এক আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Fri
31 °
Sat
28 °
Sun
30 °
Mon
32 °
Tue
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular