spot_img
32 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকগুৱাহাটীত উষ্ম আদৰণি সৰ্বানন্দ সোণোৱালক

গুৱাহাটীত উষ্ম আদৰণি সৰ্বানন্দ সোণোৱালক

গুৱাহাটী: কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি উপস্থিত হয় অসমত৷ পুৱা ৯.৩০ বজাত উপস্থিত হয় বৰঝাৰ বিমান বন্দৰত৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ৰাজ্যিক বিজেপিৰ৷

আজিৰেপৰা আৰম্ভ হ’ব সোণোৱালৰ আশীৰ্বাদ যাত্ৰা৷ ২৩ আগষ্টলৈ চলিব আশীৰ্বাদ যাত্ৰা৷ আজি আজাৰাত দলীয় কৰ্ম-সমৰ্থকৰ সৈতে সোণোৱালে মত-বিনিময় কৰিব৷ কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ আহে সোণোৱাল৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতিসহ বিজেপিৰ নেতৃবৰ্গই আদৰণি জনালে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক৷ আজি কেইবাটাও কাৰ্যসূচীত অংশ ল’ব সোণোৱালে৷ আজাৰাত দলীয় কৰ্মী-সমৰ্থকৰ সৈতে মত বিনিময় কৰে সোণোৱালে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
32 ° C
32 °
32 °
66 %
1.5kmh
75 %
Sat
31 °
Sun
34 °
Mon
32 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular