Google search engine
28 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeৰাজনৈতিকমোদীৰ কেবিনেট : সৰ্বানন্দক গুৰুদায়িত্ব প্ৰদান৷ সলনি হ'ল ৰামেশ্বৰ তেলীৰ দপ্তৰ

মোদীৰ কেবিনেট : সৰ্বানন্দক গুৰুদায়িত্ব প্ৰদান৷ সলনি হ’ল ৰামেশ্বৰ তেলীৰ দপ্তৰ

নতুন দিল্লী : মোদীৰ কেন্দ্ৰীয় কেবিনেটত স্থান লাভ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ সোণোৱালক বন্দৰ, জাহাজ, আয়ুস দপ্তৰৰ দায়িত্ব প্ৰদান কৰা হয়৷ মোদীৰ মন্ত্ৰীসভাত এইবাৰ উত্তৰ-পূবৰ ৫জনক দায়িত্ব প্ৰদান কৰা হয়৷

আনহাতে ৰামেশ্বৰ তেলীৰ দপ্তৰ সলনি হয় এই মন্ত্ৰীসভাত৷ পেট্ৰ’লিয়াম-প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী তেলী৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লৈছিল সোণোৱালে৷ মোদী মন্ত্ৰীসভাৰ নতুন সম্প্ৰসাৰণত ৩৬ গৰাকী নতুন মুখ৷ বুধবাৰে শপত গ্ৰহণ কৰে মুঠ ৪৩ গৰাকীয়ে মন্ত্ৰীয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sun
28 °
Mon
30 °
Tue
29 °
Wed
31 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular