Google search engine
30 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিকক'ভিড বিধি মানি বিদ্যালয়লৈ ঢাপলি কণ-কণ শিক্ষাৰ্থীৰ

ক’ভিড বিধি মানি বিদ্যালয়লৈ ঢাপলি কণ-কণ শিক্ষাৰ্থীৰ

গুৱাহাটী : চৰকাৰী নিৰ্দেশনা অনুসৰি আজিৰে পৰা ৰাজ্যত খুলিছে বিদ্যালয়সমূহ৷ সুদীৰ্ঘ ১০ মাহৰ মূৰত আজিৰে পৰা খোল খালে বিদ্যালয়সমূহ৷ প্ৰথমৰ পৰা ৫ম শ্ৰেণীলৈ হ’ব নিয়মীয়া পাঠদান৷ এদিন এৰি এদিনকৈ হ’ব পাঠদান৷ বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি বাধ্যতামূলক নহয়৷ প্ৰয়োজন সাপেক্ষে চলি থাকিব অনলাইন ক্লাছো৷

আৰু পঢ়িব পাৰিব : স্কুলবেগত পিষ্টল: সহপাঠীৰ গুলীত শ্ৰেণীকোঠাতে ঢলি পৰিল ছাত্ৰ

ইপিনে প্ৰথম , দ্বিতীয়, তৃতীয় শ্ৰেণীৰ মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰে হ’ব পাঠদান। চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে হ’ব পাঠদান। প্ৰথম দিনটোতে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা দেখা গ’ল।

আৰু পঢ়িব পাৰিব : ক’ভিডে জুৰুলা কৰা ২০২০ৰ শেষৰ দিনটোত এটা সু-খবৰ: বাঢ়িছে আৰোগ্যৰ হাৰ

ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা যদিও সম্পূৰ্ণ ক’ভিড বিধি মানি প্ৰতিখন বিদ্যালয়ত আৰম্ভ হৈছে পাঠদান। ১০ মাহৰ বিৰতিৰ অন্তত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক লগ পাই উৎফুল্লিত শিক্ষক-শিক্ষয়িত্ৰীসকল। পুৱা ৯ বজাৰ পৰা ১:৪৫ বজালৈ পাঠদান চলিব ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
75 %
Wed
33 °
Thu
33 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular