spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিককৰ’নাকালত ছেবাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কৰ’নাকালত ছেবাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী : কৰ’নাৰ সময়ছোৱাত ছেবাই পাঠ্যক্ৰমৰ ক্ষেত্ৰত গ্ৰহণ কৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ পাঠ্যক্ৰম সংকোচনৰ সিদ্ধান্ত লয় ছেবাই৷ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০শতাংশ হ্ৰাস কৰাৰ লগতে সংশোধিত পাঠ্যক্ৰম ছেবাৰ ৱেবছাইট www.sebaonline.org ত উপলব্ধ হ’ব।

২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ছেৱাই। সংশোধিত পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয়সমূহৰ সকলো পৰিদৰ্শকক পিডিএফত প্ৰদান কৰা হ’ব।

এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰাই ক’ভিড সংক্ৰমণৰ বাবে বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহত অনলাইন মাধ্যমেৰে পাঠ্যক্ৰম চলি আছিল যদিও বহু শিক্ষাৰ্থীয়ে বিভিন্ন কাৰণত এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব নোৱাৰিলে। সেয়েহে এনে পৰিস্থিতিত ছেৱাই ২০২১-২২ বৰ্ষৰ পাঠ্যক্ৰম হ্ৰাস কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular