Google search engine
30 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিকচাঞ্চল্যকৰ: মাজুলীত অভিযানত যোৱা ৪ আৰক্ষীক ভয়ংকৰ আক্ৰমণ

চাঞ্চল্যকৰ: মাজুলীত অভিযানত যোৱা ৪ আৰক্ষীক ভয়ংকৰ আক্ৰমণ

মাজুলী : মাজুলীৰ দেওদিয়া আটীত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা৷ অভিযানত যোৱা ৪ আৰক্ষীক ভয়ংকৰ আক্ৰমণ৷ এজন লোকক আটক কৰিবলৈ যাওতে আৰক্ষীক আক্ৰমণ৷ আহত দুজন আৰক্ষীৰ অৱস্থা অধিক সংকটজনক৷

বাবুল হাজৰিকা নামৰ লোক এজনক আটক কৰিবলৈ গৈছিল আৰক্ষী৷ গড়মূৰ থানাৰ আৰক্ষী অধীক্ষক উৎপল দাসসহ ৪ জনক আক্ৰমণ কৰে৷ আহত আৰক্ষী কেইজন হৈছে, ৰাজেন মেধি, ৰূপক মিলি, মৃদুল দাস৷ গুৰুতৰভাৱে আহত দুজনক ডিব্ৰুগড়লৈ প্ৰেৰণ৷ গৰুৱে ধান খোৱাৰ বাবে এজাহাৰ দিছিল বাবুল হাজৰিকাৰ বিৰুদ্ধে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
40 %
Mon
30 °
Tue
30 °
Wed
32 °
Thu
32 °
Fri
34 °

Watch latest Movies & TV Series on Prag Play

Most Popular