spot_img
34 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিকশৰ্মা হোটেলত নাৰীদেহৰ ব্যৱসায় :আটক ২

শৰ্মা হোটেলত নাৰীদেহৰ ব্যৱসায় :আটক ২

শিৱসাগৰ: শিৱসাগৰ জিলাৰ নাজিৰাৰ শিমলুগুৰি নগৰত নাৰীদেহ ব্যৱসায় উৎখাত হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি ‘বীৰ লাচিত সেনা’ৰ নাজিৰা মহকুমা সমিতিৰ কেইজনমান সদস্যই গোপন সূত্ৰৰ পম খেদি শিমলুগুৰি নগৰৰ ‘শৰ্মা হোটেল’ নামৰ এখন হোটেলত সন্ধান চলাই যুৱক-যুৱতী এহালক আটক কৰে৷

শিমলুগুৰি আৰক্ষীয়ে এটা কোঠাত যুৱক-যুৱতীহালক অসংযত অৱস্থাত আটক কৰে বুলি জানিব পৰা গৈছে৷ দীৰ্ঘদিন ধৰি শিমলুগুৰি নগৰৰ ‘শৰ্মা হোটেল’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চলি আহিছিল এই নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়।

ইতিমধ্যে শিমলুগুৰি আৰক্ষীয়ে আটক কৰিছে ‘শৰ্মা হোটেল’ৰ স্বত্বাধিকাৰী অৰুণ শৰ্মা আৰু নাৰীদেহ ব্যৱসায় চক্ৰৰ লগত জড়িত এজন যুৱক ৰাজীৱ চাহু আৰু এগৰাকী যুৱতী অঞ্জলি দত্তক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
34 ° C
35.4 °
34 °
62 %
2.6kmh
20 %
Sun
34 °
Mon
34 °
Tue
28 °
Wed
28 °
Thu
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular