spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকমহিলাক যৌন নিৰ্যাতন! কনিষ্ঠ অভিযন্তা আৰু বিদ্যুৎ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ ভুক্তভোগীৰ

মহিলাক যৌন নিৰ্যাতন! কনিষ্ঠ অভিযন্তা আৰু বিদ্যুৎ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ ভুক্তভোগীৰ

ডিজিটেল ডেস্কঃ অপৰাধৰ ৰম্যভূমিলৈ পৰ্যৱসিত হৈছে অসম! এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা। আমালৈ অহা খবৰ অনুসৰি, বিলাসীপাৰাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত সংঘটিত হৈছে এই অমানৱীয় কাণ্ড।

বিদ্যুতৰ ছাৰ্ভে কৰিবলৈ গৈ কনিষ্ঠ অভিযন্তা আৰু বিদ্যুৎ কৰ্মচাৰীয়ে গ্ৰাহক মহিলাক চলালে যৌন নিৰ্যাতন। ভুক্তভোগী মহিলাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই কাণ্ডৰ।

বিলাসীপাৰা বিদ্যুৎ বিভাগৰ কনিষ্ঠ অভিযন্তা খৰ্গেশ্বৰ শইকীয়া আৰু কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। লক্ষ্মীগঞ্জ আৰক্ষী চকীত ৮৬৪/২১, ৪৪৭/২৯৪/৩৫৪ বি/৩৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে গোচৰ। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular