spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeক্ৰীড়াসুখবৰ : শিৱ থাপাৰ স্বৰ্ণ জয়

সুখবৰ : শিৱ থাপাৰ স্বৰ্ণ জয়

ডিজিটেল ডেস্কঃ এলিট মেনছ নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বক্সাৰ শিৱ থাপাই।ফাইনেলৰ প্ৰতিদ্বন্দ্বী চাৰ্ভিছেছ স্পৰ্টছ কন্ট্ৰ’ল ব’ৰ্ডৰ দলবীৰ সিঙ টোমৰক তেওঁ ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে।

কৰ্ণাটকৰ ইনস্পায়াৰ ইনষ্টিটিউট অৱ স্পৰ্টছত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত শিৱ থাপাই লাভ কৰা এই সাফল্যই উৎফুল্লিত কৰি তুলিছে ৰাজ্যবাসীক।

উল্লেখ্য যে এই সাফল্যৰ পিছতেই শিৱ থাপাই এ আই বি এ এলিট ৱৰ্লড বক্সিং চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular