Google search engine
27 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeআঞ্চলিকছিণ্ডিকেট, হানি ট্ৰেপিঙত জড়িত বুলি ষ্টেটমেণ্ট প্ৰদান অখিলৰ বিৰুদ্ধে !

ছিণ্ডিকেট, হানি ট্ৰেপিঙত জড়িত বুলি ষ্টেটমেণ্ট প্ৰদান অখিলৰ বিৰুদ্ধে !

গুৱাহাটী: পুনৰ কাৰাগাৰৰ পৰা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুকলি পত্ৰ প্ৰেৰণ কৰে৷ অখিলক ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰাৰ অভিযোগ উত্থাপিত কৰি কয় যে, ‘মোৰ বিৰুদ্ধে ৰচনা কৰা হৈছে গভীৰ ষড়যন্ত্ৰ, মোক ৰাইজৰ সহায় লাগে৷’

চানমাৰি থানাৰ গোচৰৰ শুনানি পলমৰ চেষ্টা কৰিছে ‘নিয়া’ই! লগতে অখিলৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগনামা দাখিল কৰাৰ লগতে অভিযোগনামাত পুনৰ এজনে গোপনে সাক্ষী দিয়ে৷ গোপন সাক্ষীৰ বিবৃতি মতে ছিণ্ডিকেটত জড়িত আছে অখিল গগৈ৷

ছুপাৰি ছিণ্ডিকেট, হানি ট্ৰেপিঙত জড়িত বুলি ষ্টেটমেণ্ট প্ৰদান কৰি অখিলক ‘সন্ত্ৰাসবাদী অভিযোগৰ পৰা গৰুচোৰ সজালে গোপন সাক্ষীয়ে’ বুলিও উল্লেখ কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
heavy intensity rain
27 ° C
27 °
27 °
94 %
0kmh
75 %
Mon
27 °
Tue
28 °
Wed
34 °
Thu
32 °
Fri
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular