spot_img
31 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিকডেৰলাখ টকাৰ কাৰণে হত্যা কৰিলে নেকি আব্দুলক ?

ডেৰলাখ টকাৰ কাৰণে হত্যা কৰিলে নেকি আব্দুলক ?

শিৱসাগৰ : শিৱসাগৰত নিশা সন্দেহজনক হত্যাৰ ঘটনা সংঘটিত হৈছে৷  জয়ৰাপাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আব্দুল গণি নামৰ এজন লোক৷ মূৰ, পেট আৰু ভৰিত গুৰুতৰ আঘাতপ্ৰাপ্ত হয়৷


লোকজনক ততাতৈয়াকৈ প্ৰগতি নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে দ্বাৰা মৃত ঘোষণা কৰে৷ এই ঘটনাক লৈ আব্দুলৰ তিনি বন্ধুক আৰক্ষীয়ে আটক কৰে৷  বন্ধুৰ মতে গাড়ীয়ে খুন্দিওৱাৰ ফলত মৃত্যু আব্দুল৷ কিন্তু আত্মীয়ৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড৷


ইপিনে আব্দুলে ঘৰৰ পৰা ডেৰ লাখ টকা লৈ গৈছিল বুলি পৰিয়ালৰ লোকে জনায়৷ যাৰবাবে আব্দুলক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ৷ পিতৃহাৰা আব্দুলৰ ঘৰ বনিয়াবাৰীত বুলি জানিব পৰা গৈছে৷ 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
66 %
0kmh
75 %
Wed
30 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular