Google search engine
27 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeআঞ্চলিক‘শৌচাগাৰ নিৰ্মাণ কৰিব নোৱাৰা কংগ্ৰেছে কি উন্নয়ন কৰিব’ : স্মৃতি ইৰাণীৰ কটাক্ষ...

‘শৌচাগাৰ নিৰ্মাণ কৰিব নোৱাৰা কংগ্ৰেছে কি উন্নয়ন কৰিব’ : স্মৃতি ইৰাণীৰ কটাক্ষ !

নলবাৰী : আজি পুনৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে৷ দলীয় প্ৰাৰ্থীৰ হৈ নলবাৰী-ধুবুৰী আৰু গৌৰীপুৰত অংশ ল’লে নিৰ্বাচনী সভাত৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি প্ৰচাৰ অভিযানৰ অন্তিমটো দিনত প্ৰচাৰ চলালে মন্ত্ৰী ইৰাণীয়ে৷

আৰু পঢ়িব পাৰিব : বিক্ৰী কৰা নাই! ৰাজহুৱা খণ্ডৰ অধীনতেই এনআৰএল

নলবাৰীত নাৰায়ণ ডেকাৰ হৈ, গৌৰীপুৰত বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ আৰু ধুবুৰীত দেৱময় সন্যালৰ হৈ চলালে প্ৰচাৰ৷ এই প্ৰচাৰ অভিযানত কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে স্মৃতি ইৰাণী৷ ‘শৌচাগাৰ নিৰ্মাণ কৰিব নোৱাৰা কংগ্ৰেছে কি উন্নয়ন কৰিব’- বুলি কটাক্ষ কৰে কংগ্ৰেছক৷

আৰু পঢ়িব পাৰিব : মহিলাসকলৰ বাবে সুখবৰঃ বিজেপি চৰকাৰ আহিলে মাফ হ’ব বেংকৰ ঋণ

ইয়াৰ উপৰি ‘হত্যা-লুণ্ঠনৰ আন এক নাম কংগ্ৰেছ’- বুলি কোৱাৰ লগতে কংগ্ৰেছে ২,৫০,০০০ লাখ ভুৱা ৰেচন কাৰ্ড বনাই দুখীয়াক লুণ্ঠন কৰিছে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
27 ° C
27 °
27 °
89 %
1.5kmh
90 %
Mon
27 °
Tue
28 °
Wed
34 °
Thu
34 °
Fri
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular