Google search engine
32 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিককলংক : শাহুৱেকক ধৰ্ষণ কৰি ৰঙাঘৰত জোঁৱায়েক

কলংক : শাহুৱেকক ধৰ্ষণ কৰি ৰঙাঘৰত জোঁৱায়েক

গুৱাহাটী : মহানগৰীত সংঘটিত হৈছে এটা জঘন্য ঘটনা। সভ্য সমাজক কলংকিত কৰাৰ ঘটনা সংঘটিত হ’ল এইখন মহানগৰীত। জোঁৱায়েকৰ কামনাৰ বলি হ’ল শাহুৱেক। শাহুৱেকক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী হ’ল লম্পট জোঁৱায়েক। লম্পট জোঁৱায়েকজন হৈছে মহানগৰীৰ মঠঘৰীয়াৰ ভূপেন ডেকা (৩০)।

ঘৰত কোনো নথকাৰ সুযোগ লৈ ৪২ বছৰীয়া শাহুয়েকক ধৰ্ষণ কৰিছিল এইজন ভূপেন ডেকাই। ধৰ্ষণ কৰি আত্মগোপন কৰি আছিল অপৰাধীজনে। ঘটনা সন্দৰ্ভত ভুক্তভোগী শাহুয়েকে পানবজাৰ মহিলা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভঙাঘৰৰ আত্মীয়ৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ভূপেন ডেকাক। আৰক্ষীয়ে ইতিমধ্যে ভূপেন ডেকাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 158/21, U/S 376 ধাৰাত গোচৰ ৰুজু কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
35.4 °
32 °
74 %
1.5kmh
75 %
Wed
33 °
Thu
33 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular