Google search engine
25.4 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকআজৱ ঘটনা : গুৱাহাটী বিশ্ববিদ্যালয় অধীনস্থ মহাবিদ্যালয়লৈ বিতৰ্কিত নিৰ্দেশনা

আজৱ ঘটনা : গুৱাহাটী বিশ্ববিদ্যালয় অধীনস্থ মহাবিদ্যালয়লৈ বিতৰ্কিত নিৰ্দেশনা

গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ত আজৱ ঘটনা ৷ বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহলৈ বিতৰ্কিত নিৰ্দেশনা৷ নিৰ্দেশনা অনুযায়ী, বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহত বন্ধ চুক্তিৱদ্ধ প্ৰবক্তাৰ প্ৰক্ৰিয়া৷

১ জুলাইৰ পৰা বন্ধ অংশকালীন প্ৰবক্তাক চুক্তিৱদ্ধ কৰাৰ প্ৰক্ৰিয়া৷ ৯ জুনত ৰাজ্যপাল, উপাচাৰ্যৰ বৈঠকতে লোৱা হৈছিল সিদ্ধান্ত৷ এই নিৰ্দেশনাক লৈ উচ্চ শিক্ষা প্ৰক্ৰিয়াক প্ৰভাৱিত হোৱাৰ শংকা৷ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ হ’ব ক্ষতিগ্ৰস্ত৷ পাঠদান প্ৰক্ৰিয়া স্তব্ধপ্ৰায় হ’লে শিক্ষাৰ্থীৰ ক্ষতি হ’ব সৰ্বাধিক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.4 ° C
25.4 °
25.4 °
94 %
2.7kmh
100 %
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular