spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআঞ্চলিকচুপাৰী কিলাৰ নীৰজ সিং অসম আৰক্ষীৰ জিম্মাত

চুপাৰী কিলাৰ নীৰজ সিং অসম আৰক্ষীৰ জিম্মাত

গুৱাহাটীঃ অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী সষ্টম হৈ থকাৰ সময়তে বিহাৰত গ্ৰেপ্তাৰ হৈছিল ব্যৱসায়ী ত্ৰিভূৱন গুপ্তাৰ হত্যাকাৰী৷ বিহাৰত গ্ৰেপ্তাৰ হোৱা চুপাৰী কিলাৰ নীৰজ সিঙক ভৰলুমুখ আৰক্ষীয়ে নিজৰ জিম্মাত লয়৷ ২০১৮ত ব্যৱসায়ী ত্ৰিভূৱন গুপ্তাক হত্যা কৰিছিল নীৰজে৷

পইণ্ট ২২এমএম পিষ্টলেৰে পেটত গুলীয়াইছিল ত্ৰিভূৱন গুপ্তাক৷ কোনে ত্ৰিভূৱন গুপ্তাক হত্যা কৰিবলৈ চুপাৰী দিছিল নীৰজক? সেই সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ডৰ সন্ধানত জেৰা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷

শুকুৰবাৰে নীৰজক ট্ৰেনজিৎ ৰিমাণ্ডত বিহাৰৰ পৰা আনিছিল আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular