spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeৰাষ্ট্ৰীয়ৱেৱ-প’ৰ্টেল, ইউটিউব চেনেলৰ ভূমিকা সন্দৰ্ভত উদ্বিগ্ন উচ্চতম ন্যায়ালয়

ৱেৱ-প’ৰ্টেল, ইউটিউব চেনেলৰ ভূমিকা সন্দৰ্ভত উদ্বিগ্ন উচ্চতম ন্যায়ালয়

নতুন দিল্লী : ৱেৱ-প’ৰ্টেল আৰু ইউটিউব চেনেলৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে৷ ৱেৱ-প’ৰ্টেল আৰু ইউটিউব চেনেলে ভুৱা, উৰা বাতৰি বিয়পাইছে বুলি বিশেষভাৱে নজৰ ৰাখিছে ন্যায়ালয়ে। ৱেৱ-প’ৰ্টেল আৰু ইউটিউব চেনেলৰ ভূমিকা সন্দৰ্ভত উদ্বিগ্ন উচ্চতম ন্যায়ালয়।

নিয়ন্ত্ৰণ নথকাৰ বাবে যিকোনো লোকে ইউটিউবত চেনেল আৰম্ভ কৰিব পাৰে ‍বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। এনে প’ৰ্টেলে আনকি বিচাৰপতিৰ অনুষ্ঠানৰ বিৰুদ্ধে কোনোধৰণৰ দায়বদ্ধতা নথকাকৈ বাতৰি পৰিৱেশন কৰে।

‘এই ৱেৱ-প’ৰ্টেল, ইউটিউব চেনেল নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে?’- বুলি প্ৰশ্ন উত্থাপন কৰিছে উচ্চতন ন্যায়ালয়ে। চৰকাৰৰ এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰই এনে ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণৰ বাবে আইন বলবৎ কৰিব বুলি কয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
light rain
26 ° C
26 °
26 °
89 %
0kmh
90 %
Thu
26 °
Fri
28 °
Sat
29 °
Sun
31 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular