Google search engine
32 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeব্ৰেকিং নিউজদেশত টাটাই মুকলি কৰিব মডাৰ্না প্ৰতিষেধক!

দেশত টাটাই মুকলি কৰিব মডাৰ্না প্ৰতিষেধক!

মুম্বাই : টাটা গ্ৰুপৰ স্বাস্থ্যসেৱা গোটে ইতিমধ্যে মডাৰ্নাৰ ক’ভিড প্ৰতিষেধকক লৈ প্ৰতিষ্ঠানটোৰ সৈতে প্ৰাৰম্ভিক কথা-বতৰা আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে। ভাৰতত এই প্ৰতিষেধক মুকলি কৰাৰ বাবে আৰম্ভ হৈছে এই প্ৰক্ৰিয়া।

আৰু পঢ়িব পাৰিব : বিশ্বনাথত আৰম্ভ হ’ল দুখনকৈ ইলেকট্ৰ’নিক বাছৰ চলাচল…


টাটাৰ মেডিকেল আৰু ডাইগ্ন’ষ্টিকছে ভাৰতৰ কাউন্সিল অব ছাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ সৈতে লগ হৈ এই মডাৰ্নাৰ ক’ভিড প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েল ভাৰতত আৰম্ভ কৰিব বুলি প্ৰকাশ কৰিছে এটা সূত্ৰই।

আৰু পঢ়িব পাৰিব : ঘৰত ৬ লিটাৰতকৈ অধিক সুৰা ৰাখিবৰ বাবে লাগিব লাইচেন্স!


অৱশ্যে মডাৰ্না বা টাটা কোনো এটা সংস্থাই এই সম্পৰ্কত আনুষ্ঠানিক মন্তব্য কৰা নাই।

RELATED ARTICLES

Today's Weather

Guwahati
haze
32 ° C
34.4 °
32 °
70 %
0kmh
75 %
Thu
32 °
Fri
31 °
Sat
28 °
Sun
30 °
Mon
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular