Google search engine
34 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeব্ৰেকিং নিউজবন্ধুৰ সহযোগত ধৰ্ষণকাৰীৰ ৰূপত প্ৰেমিক! ভিডিঅ’ ভাইৰেল

বন্ধুৰ সহযোগত ধৰ্ষণকাৰীৰ ৰূপত প্ৰেমিক! ভিডিঅ’ ভাইৰেল

লক্ষ্ণৌ : উত্তৰ প্ৰদেশৰ বাৰেলীত এগৰাকী কিশোৰীক তেওঁৰ প্ৰেমিকে বন্ধুৰ সৈতে ধৰ্ষণ কৰি ভাইৰেল কৰিছে ভিডিঅ’ ৷ অনলাইনযোগে বিয়পি পৰা এই ভিডিঅ’ৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

আৰু পঢ়িব পাৰিব : আজি হেঁপাহৰ উৰুকা:কোনখন বজাৰত ওলাইছে কিমান ডাঙৰ মাছ?

আৰক্ষীৰ ওচৰত কিশোৰীগৰাকীয়ে অভিযোগ দিয়া মতে বিগত এটা বছৰ ধৰি বিয়া কৰোৱাৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল তেওঁৰ প্ৰেমিকে৷ অভিযুক্ত প্ৰেমিকজনৰ লগতে তেওঁৰ বন্ধুবৰ্গও ব্লেকমেইল কৰি আহিছিল৷

আৰু পঢ়িব পাৰিব : ধঁপাতজাতীয় সামগ্ৰীত নিষেধাজ্ঞা আৰু এবছৰলৈ বৃদ্ধি

উল্লেখ্য যে অনলাইনযোগে এই ভিডিঅ’ বিয়পি পৰাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ তাৰ পাছতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্ত প্ৰেমিকজনৰ লগতে তেওঁৰ বন্ধু চাৰিজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
34 ° C
34 °
34 °
59 %
0kmh
75 %
Mon
32 °
Tue
29 °
Wed
34 °
Thu
32 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular