Google search engine
31 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeব্ৰেকিং নিউজক'ভিড প্ৰতিষেধক গ্ৰহণৰ পাছতে মৃত্যু স্বাস্থ্য কৰ্মীৰ

ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পাছতে মৃত্যু স্বাস্থ্য কৰ্মীৰ

তেলেংগানা : ক’ভিড ভেকচিন দিয়াৰ পাছতে মৃত্যু আন এগৰাকী স্বাস্থ্য কৰ্মীৰ৷ দেশজুৰি চলি থকা প্ৰথম পৰ্যায়ত প্ৰদান কৰা ক’ভিড প্ৰতিষেধক লোৱাৰ পাছতে মৃত্যু হয় এগৰাকী এম্বুলেঞ্চ চালকৰ৷ জানিব পৰা মতে, তেলেংগানাৰ নিৰ্মল জিলাৰ কুন্তলা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ক’ভিড প্ৰতিষেধক লৈছিল বিথ্থাল নামৰ চালকজনে৷

আৰু পঢ়িব পাৰিব : ৬ বছৰতে ২০ বছৰৰ সমান উন্নয়ন সাধিছে মোডী চৰকাৰে

জানিব পৰা মতে চালকজনে ১৯জানুৱাৰীত ভেকচিন লোৱাৰ পাছতে বুকুৰ বিষত ভোগে আৰু ২০ জানুৱাৰীৰ পুৱা চিকিৎসালয়ত মৃত্যু হয় চালকজন৷

আৰু পঢ়িব পাৰিব : অসমৰ ভূমিত মেঘালয়ৰ অবৈধ টোলগে’ট স্থাপন

মৃত্যুৰ পাছতে চালকজনৰ পৰিয়ালে ক’ভিড প্ৰতিষেধক লোৱাৰ পাছতে এই ঘটনা সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰে৷ কিন্তু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই অভিযোগ খণ্ডন কৰে আৰু এই ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
31 ° C
31 °
31 °
74 %
1.5kmh
75 %
Mon
30 °
Tue
28 °
Wed
34 °
Thu
34 °
Fri
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular