spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeক্ৰীড়াউদ্ভাসিত ৰ’নাল্ড,মানচেষ্টাৰ চিটীৰ ৰোমাঞ্চকৰ জয়

উদ্ভাসিত ৰ’নাল্ড,মানচেষ্টাৰ চিটীৰ ৰোমাঞ্চকৰ জয়

নতুন দিল্লীঃ ম্যানচেষ্টাৰ ইউনাইটেডলৈ উভতি অহাৰ পাছত এটাৰ পাছত এটা সফলতাৰ কাহিনী লিপিবদ্ধ কৰিছে তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে। শেহতীয়াকৈ তৃতীয় খন খেলতো ক্ৰিষ্টিয়ানো ৰ’নাল্ডোই গ’ল দিবলৈ সক্ষম হৈছে। পৰ্তুগীজ ছুপাৰষ্টাৰজনে এতিয়ালৈকে ৩খন খেলত মুঠ ৪ টা গ’ল স্ক’ৰ কৰিবলৈ সক্ষম হৈছে।

ৱেষ্ট হেমত ম্যানচেষ্টাৰ ইউনাইটেডে প্ৰিমিয়াৰ লীগৰ ৰোমাঞ্চকৰ খেলখনত ২-১ গ’লৰ ব্য়ৱধানত জয়লাভ কৰিছে। খেলখনত ৰ’নাল্ডোৰ ৩টাকৈ পেনাল্টি শ্ব’ট নাকচ কৰা হৈছিল। খেলৰ ৩৫ মিনিটত ৰ’নাল্ডোৰ গ’লেৰে ম্যানচেষ্টাৰ ইউনাইটেডে ১-০ৰ গ’লৰ অগ্ৰগতি লয়। দ্বিতীয়াৰ্ধৰ খেলৰ ৮৯ মিনিটত জেছি লিংগাৰ্ডে দ্বিতীয়টো গ’ল কৰি দলটোৰ বিজয় নিশ্চিত কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular