spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকৰাজ্যিক কেবিনেটতত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, শিক্ষকসকলৰ বাবেও আছে সুখবৰ

ৰাজ্যিক কেবিনেটতত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, শিক্ষকসকলৰ বাবেও আছে সুখবৰ

ডিজিটেল ডেস্কঃ ৰাজ্যিক কেবিনেটৰ বৈঠক সমাপ্ত। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটৰ সিদ্ধান্তই শিক্ষক-কৰ্মচাৰীসকলৰ বাবেও সু-খবৰ কঢ়িয়াই আনিছে। ৰাজ্যৰ শিশকসকলে অৱসৰৰ পাছৰদিনাই লাভ কৰিব পেঞ্চন। প্ৰত্যেক জিলাতে হ’ব পেঞ্চনসেৱা কেন্দ্ৰ।

পূৰ্বৰ দৰে পেঞ্চনৰ কাগজ সচিবালয়লৈ পঠাব নালাগে। ‘কৃতজ্ঞতা’ প’ৰ্টেলত কৰিব পাৰিব আৱেদন। প্ৰতিখন জিলাত পেঞ্চনসেৱা কেন্দ্ৰ স্থাপন কৰিব এমট্ৰ’নে। এতিয়াৰে পৰা পেঞ্চনাৰে উলিয়াব পাৰিব ৩ লাখ টকা। প্ৰথম শাৰীৰ ক’ভিডযোদ্ধা, স্বাস্থ্যকৰ্মীক জলপানি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। এএনএম, আশাকৰ্মীসকলকো দিয়া হ’ব এই জলপানি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular