spot_img
15.8 C
Guwahati
15.8 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকমানুৱৰূপী দানৱৰ নিকৃষ্ট কাণ্ড, দেৰগাৱঁত বিহ খুৱাই নিধন হাজাৰ হাজাৰ শৰালী হাঁহ

মানুৱৰূপী দানৱৰ নিকৃষ্ট কাণ্ড, দেৰগাৱঁত বিহ খুৱাই নিধন হাজাৰ হাজাৰ শৰালী হাঁহ

ডিজিটেল ডেস্কঃ শীতকালৰ আগমনৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া জলাশয়সমূহলৈ আগমন হয় বিভিন্ন পৰিভ্ৰমী চৰাইৰ। কিন্তু এই পৰিভ্ৰমী চৰাইৰ ধ্বংসযজ্ঞ চলিছে এতিয়া দেৰগাঁৱত

দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া নপমুৱা-শ’লমাৰীৰ বিলত হাজাৰ হাজাৰ পৰিভ্ৰমী শৰালী হাঁহ নিধন কৰিছে দুস্কৃতিকাৰীয়ে। খাদ্যত বিহ দি নিতৌ হত্যা কৰা হৈছে বৃহৎ সংখ্যক শৰালী হাঁহ। স্থানীয় সচেতন যুৱকসকলে পুৱাই উদ্ধাৰ কৰিছে বৃহৎ সংখ্যক মৃত শৰালী হাঁহ। দেৰগাঁও বন বিভাগক অনতি পলমে এই পক্ষী হত্যাকাৰীসকলক কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular