Google search engine
29 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকতিনিটা পৰ্যায়ত হ'ব অসমৰ বিধানসভা নিৰ্বাচন: ২৭ মাৰ্চত হ'ব প্ৰথম প্ৰযায়ৰ ভোটগ্ৰহণ

তিনিটা পৰ্যায়ত হ’ব অসমৰ বিধানসভা নিৰ্বাচন: ২৭ মাৰ্চত হ’ব প্ৰথম প্ৰযায়ৰ ভোটগ্ৰহণ

নতুন দিল্লী : তিনিটা পৰ্যায়ত হ’ব অসমৰ বিধানসভা নিৰ্বাচন৷ ২৭ মাৰ্চত হ’ব প্ৰথম প্ৰযায়ৰ ভোটগ্ৰহণ৷ দ্বিতীয় পৰ্যায়ত ১ এপ্ৰিলত ভোটগ্ৰহণ হ’ব৷ তৃতীয় পৰ্যায়ত ৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ মনোনয়নৰ তাৰিখ প্ৰথম পৰ্যায়ৰ বাবে ২মাৰ্চৰ দিনটো ধাৰ্য কৰা হৈছে৷

আৰু পঢ়িব পাৰিব : ক’ভিত প্ৰট’কল মানি অনুষ্ঠিত হ’ব ৫ ৰাজ্যত নিৰ্বাচন

দ্বিতীয় পৰ্যায়ৰ বাবে ৫ মাৰ্চ আৰু তৃতীয় পৰ্যায়ৰ বাবে ১২মাৰ্চ ধাৰ্য কৰা হৈছে৷ ইপিনে ভোটগণনা কৰা হ’ব ২ মে’ত৷ অসমত এইবাৰ ৩৩,৫৩০টা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব৷ আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত নিৰ্বাচন আয়োগৰ সংবাদমেলত এই কথা সদৰী কৰে৷ সংবাদমেলখনৰ সম্বোধন কৰিছিল মুখ্য নিৰ্বাচনী আয়ুক্ত সুনিল আৰোৰাই৷

আৰু পঢ়িব পাৰিব : শিৱসাগৰত নিৰ্মাণ হ’ব আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় : ঘোষণা হিমন্ত বিশ্বৰ

অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত অনুষ্ঠিত হ’ব ২০২১ৰ নিৰ্বাচন৷ আৰু এই পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰিলে নিৰ্বাচন আয়োগে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
79 %
0kmh
75 %
Tue
29 °
Wed
33 °
Thu
29 °
Fri
27 °
Sat
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular