--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কৃষ্ণৰ আশীৰ্বাদত তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ জন্মাষ্টমীৰ পৰা সুদিন আৰম্ভ হ’ব। যিকোনো কামতে সফলতা লাভ কৰিব আপোনালোকে।

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত প্ৰতিটো তিথিৰে বিশেষ গুৰুত্ব আছে। তাৰ ভিতৰত কিছুমান তিথি অলপ বেছিকৈয়ে গুৰুত্বপূৰ্ণ। তেনে এক তিথি হৈছে জন্মাষ্টমী। আজি ৪ ছেপ্টেম্বৰ, শুক্ৰবাৰে জন্মাষ্টমী পৰিছে। আজিৰ দিনটোৰ পৰা তিনিটা ৰাশিৰ ভাল সময় আৰম্ভ হ’ব বুলি বিশ্বাস কৰা হৈছে। তালিকাত কোন কোন ৰাশি আছে, জানি লওক।


জন্মাষ্টমীৰ পৰা কাৰ কাৰ ভাল সময় আৰম্ভ হ’ব?


বৃষ: জন্মাষ্টমীৰ পৰা বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ ভাল সময় আৰম্ভ হ’ব বুলি ধাৰণা কৰা হৈছে। এই ৰাশিৰ ব্যক্তিসকলে ৰৈ থকা টকা ঘূৰাই পাব। কঠোৰ পৰিশ্ৰম কৰাৰ উচিত মূল্য লাভ কৰিব পাৰে। বিভিন্ন দিশৰ পৰা লাভৰ মুখ দেখিবলৈ পাব বৃষ ৰাশিৰ জাতক-জাতিকাসকলে। মন গ’লে এই সময়ত নতুন কোনো কাম আৰম্ভ কৰিব পাৰে।


তুলা: কৃষ্ণৰ আশীৰ্বাদত তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ জন্মাষ্টমীৰ পৰা সুদিন আৰম্ভ হ’ব। যিকোনো কামতে সফলতা লাভ কৰিব আপোনালোকে। পৰিয়ালৰ লোকসকলৰ সৈতে সম্পৰ্কৰ বান্ধোন দৃঢ় হ’ব। মন গ’লে কোনো খণ্ডত বিনিয়োগ কৰি চাব পাৰে। লাভৰ সম্ভাৱনা দেখা গৈছে। তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰ আগতকৈ উন্নত হ’ব। কোনো সুখবৰ লাভ কৰিব পাৰে।


ধনু: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰো জন্মাষ্টমীৰ পৰা সুখৰ দিন আৰম্ভ হ’ব বুলি ধাৰণা কৰা হৈছে। আপোনালোকৰ সৌভাগ্যৰ দুৱাৰ মুকলি হ’ব। পঢ়া-শুনাৰ লগত জড়িত ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সময়ছোৱা অত্যন্ত সুখৰ হ’বলৈ গৈ আছে। হঠাতে লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ সংগীৰ সৈতে সম্পৰ্কৰ বান্ধোন মজবুত হ’ব। বিগত কাজিয়া-পেচাল আঁতৰাই আগুৱাই যাব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস