spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

৭আহিন, শুকুৰবাৰ, ইং ২৪ ছেপ্টেম্বৰ, ২০২১
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো কিছু কঠিন হ’ব ৷ সময়ৰ কাম সময়ত কৰক ৷ শান্তিৰে কৰ্ম সম্পাদন কৰক ৷
বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শাৰীৰিক সমস্যাত ভুগিব পাৰে ৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷
মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো  খং-ৰাগ পৰিহাৰ কৰক ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷
কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া ৷ বন্ধু বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ 
সিংহ ৰাশিৰ : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ ৷ গ্ৰহৰ স্থান ভাল ৷ কৰ্ম-ব্যৱসায় সফল হোৱাৰ সম্ভাৱনা৷
কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো কিছু কঠিন হ’ব ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি ৷ ব্যৱসায় সম্পৰ্কীয় কামত সতৰ্ক হওক, খৰচ বৃদ্ধি ৷
তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মধ্যমীয়া ৷ স্বাস্থ্যৰ যতন লওক ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ খৰচ বৃদ্ধি ৷বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত এলাহ ভাৱ পৰিহাৰ কৰক ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ 
ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো দিনটো প্ৰায় শুভ ৷ কৰ্ম-ব্যৱসায়ত শুভ ৷ ভ্ৰমণৰ যোগ ৷
মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো দিনটো মধ্যমীয়া ৷ নিজৰ মতে কাম কৰক ৷ কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটো দিনটো মধ্যমীয়া ৷ টান কাম অতি সহজে কৰিব পাৰিব ৷ নিজৰ পচন্দৰ কাম কৰি আনন্দিত হ’ব ৷

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷ স্বাস্থ্যৰ যতন লওক ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular