spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো

২১ আহিন, বুধবাৰ, ইং ৮অক্টোবৰ, ২০২১ 

মেষ ৰাশি :  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ পৰিয়াল তথা প্ৰেমৰ সৈতে সম্পৰ্ক উন্নত ৷ ব্যৱসায়ত শুভ, লাভাৰ্জন ৷ ভ্ৰমণৰ যোগ ৷

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ ৷   খং-ৰাগ পৰিহাৰ কৰক ৷ 

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোমানসিক অশান্তি বৃদ্ধি ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ 

কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো কিছু কঠিন হʼব ৷ কিছু খেলি মেলি হʼব পাৰে ৷ 

সিংহ ৰাশিৰ : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো দিনটো শুভ ৷ স্বাস্থ্য উন্নত ৷ ভাগ্য ভাল ৷

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো দিনটো শুভ ৷ ভাগ্য ভাল ৷ পাৰিবাৰিক সমস্যা দূৰ হ’ব ৷ অযথা চিন্তাৰ পৰা দূৰৈত থাকক ৷

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ  দিনটো দিনটো শুভ৷  

বৃশ্চিক ৰাশি :  বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ 

ধনু ৰাশি:  ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত গ্ৰহৰ স্থান ভাল ৷ ভাগ্য ভাল ৷ কর্ম-ব্যৱসায়ত সফল ৷ 

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো দিনটো শুভ ৷ প্ৰশংসা লাভ৷

কুম্ভ ৰাশি :  কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত দিনটো শুভ ৷ প্ৰেমত শুভ ৷ 

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷ স্বাস্থ্যৰ যতন লওক ৷ খৰচ বৃদ্ধি৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular