spot_img
24.8 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

২২ ভাদ, বুধবাৰ, ৮ ছেপ্টেম্বৰ, ২০২১


মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ কিছু শুভ কাৰক হ’ব। শাৰীৰিক ক্ষেত্ৰত মধ্যম৷ মানসিক অশান্তি বৃদ্ধি পাব পাৰে৷

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি শাৰীৰিক দিশত শুভ কাৰক হ’ব৷ মনৰ অশান্তি চিন্তা বৃদ্ধি হ’ব পাৰে৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শাৰীৰিক শুভ কাৰক হ’ব৷ মানিসক অশান্তিয়ে পৰিয়ালত কষ্ট দিব পাৰে৷

কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভাশুভ মিশ্ৰিত কাৰক হ’ব৷ প্ৰেম-প্ৰীতিত শুভ৷
সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত শৰীৰিক ক্ষেত্ৰত অশুভ। মনৰ হতাশা বৃদ্ধি৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উৎসৱত যোগদান কৰাৰ যুগ৷ প্ৰেমত শুভ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত অযথা ব্যয় হ’ব পাৰে। প্ৰেমত বিফল৷

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সাহিত্য সেৱাৰ যুগ৷ ভ্ৰমণত বাধা৷

ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকল আজিৰ দিনটোত অযথা সময় নষ্ট হ’ব পাৰে৷ মনত আনন্দ বৃদ্ধি৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ লাভ। ক্ৰীড়াত শুভ৷

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত অযথা ধন্য হ’ব পাৰে৷ শাৰীৰ মাধ্যম৷

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত গৃহসুখ লাভ কৰিব৷ সামাজিক কামত ব্যস্ত থকাৰ সম্ভাৱনা৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.8 ° C
24.8 °
24.8 °
96 %
0.9kmh
89 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular