Google search engine
27 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeআঞ্চলিকআজি পহিলা ব’হাগ: নতুন বছৰৰ আৰম্ভণীতে পূজা কৰা হয় গনেশৰ

আজি পহিলা ব’হাগ: নতুন বছৰৰ আৰম্ভণীতে পূজা কৰা হয় গনেশৰ

গুৱাহাটী : ৰঙালীৰ আনন্দত উখল-মাখল ৰাজ্য৷ ক’ভিড ভীতিৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে বিহু৷ পৰম্পৰাগতভাৱে অসমীয়া নৱবৰ্ষক আদৰণি প্ৰস্তুতি৷ আপোনজনক বিহুৱান যাচি জনাইছে শুভকামনা৷ জ্যেষ্ঠজনৰ আশিস লৈছে কনিষ্ঠজনে৷ ইপিনে নিশা জনপ্ৰিয় শিল্পীৰ গীতেৰে মুখৰিত বিহুতলী৷ ইপিনে আজি পহিলা ব’হাগ।

আৰু পঢ়িব পাৰিব : বকোত হত্যাকাণ্ড! আৰক্ষীৰ গাড়ীচালক জড়িত থকাৰ অভিযোগ

নতুন বছৰৰ আৰম্ভণীতে পূজা কৰা হয় শ্ৰী শ্ৰী গনেশৰ। বিভিন্ন ব্যবসায়িক প্ৰতিষ্ঠানত বছৰৰ হিচাপ নিকাশৰ হাল খাতা মহুৰতৰ লগতে গনেশ পূজা কৰা হয়। উজনিৰ পৰা নামনিলৈ সকলোতে বিহুৰ উলাহ-উদ্দিপনা৷ বিহুৰ গীতে-মাতে মুখৰিত ৰাজ্য৷ প্ৰতিঘৰৰ চোতালত জুৰিছে হুঁচৰি-বিহু৷ বিহু গীত আৰু নৃত্যত মতলীয়া গ্ৰামাঞ্চলৰ শিশুসকল।

আৰু পঢ়িব পাৰিব :ডিমৌত ভয়ংকৰ পথদুৰ্ঘটনাঃ নিহত ২, আহত ৩

কোকৰাঝাৰত বড়োসকলে বৈশাগু পালন কৰি আহিছে। আনহাতে অভয়াপুৰীত পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজ কৰ্মত ব্যস্ত মৎস্য ব্যৱসায়ীসকল৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sat
27 °
Sun
29 °
Mon
31 °
Tue
31 °
Wed
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular