spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

২৬ কাতি, শনিবাৰ, ইং ১৩ নৱেম্বৰ

১. মেষ ৰাশি : – মেষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম কৌশল আযত্ব কৰাৰ সুযোগ লাভ কৰিব৷ ধন লাভ হ’ব, সন্মান লাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত ভয় ভাৱ বাঢ়িব, আৰু আজি আপুনি সকলো কৰ্মতে সজাগ হোৱাটো ভাল হ’ব।

২. বৃষ ৰাশি : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হ’ব, যদিও আজি আপুনি ঘৰুৱা দিশত সজাগ নহ’লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ বন্ধুৰ সহায় সহযোগিতা লাভ হ’ব, প্ৰেমত শুভ হ’ব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত বিপৰীত লিংগৰ পৰা সহাৰি লাভ কৰিব, আনক সহায় কৰা মনোভাব বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ ভাল কৰিব , কৰ্ম ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি: – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্মক্ষেত্ৰ আজি আপুনি প্ৰসংশা লাভ হ’ব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

৮. বৃশ্চিক ৰাশি : – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত প্ৰৰিশ্ৰম বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ হ’ব, লগতে আজি আপোনাৰ অৰ্থীক দিশটো শুভ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি: – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, সঞ্চয় কৰাৰ সুযোগ পাৱ, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি: – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আনক উপকৃত কৰা মনোভাৱ বাঢ়িব , কৰ্ম দক্ষতা বাঢ়িব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

১১. কুম্ভ ৰাশি: – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিদিনটোত প্ৰেমত শুভ হ’ব, কৰ্মত শুভ হ’ব, যদিও আজি আপুনি পাৰা পক্ষত দূৰ ভ্ৰমণ নকৰাই ভাল হব, লগতে আজি আপোনাৰ আৰ্থিক দিশত সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰদিনটোত মনত আনন্দ বাঢ়িব, লগতে আজি আপুনি আপোনাৰ সমস্যাৰ বোৰ সমাধান কৰাব সুযোগ লাভ কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular