Google search engine
30 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিককঠোৰ মহানগৰ যান-বাহন আৰক্ষী ! এইকেইটা নিয়ম নামানিলে হ'ব পাৰে বিপদ

কঠোৰ মহানগৰ যান-বাহন আৰক্ষী ! এইকেইটা নিয়ম নামানিলে হ’ব পাৰে বিপদ

গুৱাহাটী: কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পথ সুৰক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক৷ মহানগৰ জিলা উপায়ুক্তৰ সভাপতিত্বত হোৱা বৈঠকত ৰাজ্যত বৰ্ধিত দুৰ্ঘটনা ৰোধ কৰাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়৷

বৈঠকত উপস্থিত আছে কামৰূপ মহানগৰ জিলাৰ আটাইকেইজন জিলা পৰিবহণ বিষয়া, পৰিবহণ বিভাগৰ পৰিচালন সঞ্চালক, মহানগৰ যান-বাহন আৰক্ষীৰ ‘ডিচিপি’কে ধৰি পথ সুৰক্ষা সমিতিৰ সকলো বিষয়ববীয়া। বৈঠকৰ অন্তত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে৷

কাইলৈৰপৰা দুচকীয়া বাহনৰ ক্ষেত্ৰত পে’ট্ৰল ডিপোত হেলমেট নহ’লে পেট্ৰল নাপাব৷ স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে হেলমেট পৰিধান কৰি নাহিলে সোমাব নোৱাৰিব স্কুলত৷ এতিয়াৰেপৰা ৰাজপথত নিৰীক্ষণ কৰিব ট্ৰেফিক ইঞ্চপেক্টৰে৷ অত্যধিক গতিবেগত বাহন চলালে তিনিমাহৰ বাবে লাইসেন্স বাতিলৰ লগতে ২০০০ টকা জৰিমনা বিহা হ’ব৷ ন্যায়ালয়ৰ নিৰ্দেশত প্ৰতি জিলাত গঠন হোৱা জিলা পথ সুৰক্ষা সমিতিৰ সিদ্ধান্ত৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
75 %
Wed
33 °
Thu
33 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular